পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৬৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাদল কেৱল উছৱৰ নাম?
তাত বাজে হেৰোৱা ছন্দ?
নিজক পাহৰাৰ বিফল আৰাৱ?

অৰণ্য ভেদি মাদলৰ চেও
মাদল এক যাতনাৰ নাম
মাদল শোষণৰ প্ৰতিকাৰ
বঞ্চনা প্ৰতিহত অংগীকাৰ
মাদল এক ৰণবাদ্য

(২০০৩)

তটিনী তীৰৰ খেলা//৬৫