পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 : গুড আইডিয়া। মহানগৰী চাফাই অভিযানৰ দৰকাৰ হৈছে খুব।

 : পিছে তই কাক টপকাবি?

 : টাৰ্গেট হ’ল এজন বিজনেচমেন। তাৰ বিজনেচ ৰাইভেলে চুপাৰি দিছে।

 কিন্তু এতিয়া ভাবিছো মোৰ জানমনিজনীৰ দাদা টাইপ ফিয়ান্সিটোকো টপকাও

 নেকি!তাই মোৰ হৈ যাব।

 :বঢ়িয়া বে। বল। হাম হোঙ্গে কামিয়াব।

  দুয়ো একেলগেই গুণগুণাই উঠিল।


OOOOO

৪৬