পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৯০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৪৮
জ্ঞান-মালিনী
 

কোনােটি চৰিছে, কোনােটি পৰিছে,
কবিছে যি যেনে কাম;
আপােনা-আপােনা
গুণব বলেৰে,
পাইছে সি তেনে পাম।
৩১.
তবাই বাই (কত যে ধৰাই)
 বাগৰি-জগৰি ফুৰি,
বিৰতি-কঠীয়া সিচোঁতে সিচোঁতে,
উন্নতি-খেতত ঘুৰি,
 ৩২
নিষ্কাম ধৰমী হ'বলৈ পাৰিছে,
পবানীহতব যিয়ে
শান্তি-সাগৰত, বৰদি পাছত,
মকুতি লভিছে সিয়ে;
দ-ঘলি-মাজত,
কাৰণ-পানীৰে
 সমূলি মিহলি হই,
তেনেই গুচিছে | ‘অহং-জ্ঞানবাে’
সুকীয়া ভাবটি—‘মই’!
 ৩৪
তেতে এইযে অনন্ত শুন্যৰ
দেখিছোঁ যিমানে তৰা,
প্রত্যেক এখনি সুকীয়া সতল, (১)
প্রত্যেকে এখনি ধৰা!