এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
জ্ঞান-মালিনী
৪৯
৩৫
প্রত্যেক থাণিকা
খনিতে যদিহে,
অলেখ পৰাণি আছে;
তেতে মুঠতে |
বিশ্ব-জগতত,
কত যে পৰাণি আছে!!
আমাৰ পথিবী
খনিও মাথােন
তাৰেহে মাজৰে এক,
আনেবে বিজালে নিচেই সৰ, ই-
নটা ও নােজোৰা, ঠেক।
ইয়াতে দেখােন— কত যে পণি,
| চাৰি মহাদেশ যৰি
এচিয়া, যুবােপ, আফ্রিকা, পতাল
সাগৰ সমুদ্র পৰী।
ই চাৰি খনিতাে, বেলেগে বিভাগে,
কত যে নমলী দেশ
ইংলণ্ড, ভাৰত,
কানাডা, মিছৰ
জীৱৰাে কত যে ভেশ।
ভাৰতবৰ্ষৰৰ
|
এচুকে, আমাৰ
আজলী অসম খনি;
অসম দেশতাে |
এঘাৰ বিভাগ,
খােলাও এঘাৰ খনি।