পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৮৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


জ্ঞান-মালিনী ১০ অনত আত্মাৰ অনন্ত যজত, জিকাৰ-নিছান তুলি, মাতিছে আমাক, | অনন্ত বাটত আগুৱা হ'বলৈ বলি। বিবেক-বধিৰে কাটি কোনাে মতে | সংসাৰ-ভেলেকী-বাণ, ঠাৰে ওচিয়াৰে আমাকে মাতিছে হ'বলৈ উন্নত প্রাণ। আহাহা! কি দৰে জিলিকি চমকি | মুকুতা-চাঙটি হেন, গােটেই আকাশ পােহৰ কৰিছে, ‘যুবিলী’-দেৱালী যেন! ১৩ ইয়াকে চাইহে, লৰালি কালত, কত নাে পালোঁ যে ৰঙ ; কত নাে হাঁহিলোঁ, কত নাে মাতিলোঁ কত নাে কৰিলোঁ খঙ। কিন্তু হা! এতিয়া, বিজ্ঞান-পােহৰে | অবিদ্যা-ঢাকনী ডাঙি। অজলা কালৰ সকলাে ভাবনা খেদালে, ভোঁহাৰি ভাঙ্গি।