এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
জ্ঞান-মালিনী
দুদিনতে গেলি-পচি হ’ব ‘ছাৰখাৰ
পােকে খচি খচি খাই উলিয়াব হাড়,
হাড় বিলাককো পাছে মাটি বনে খাই,
সমুলঞ্চে চিন ছাব দিব নমুৱাই।
পঞ্চভূতে মিলি যাব ত্য, পঞ্চভূত;
কোন কেনি যাব কেৱে নেপাবও ফট!
কিন্তু তুৱা জীৱনৰ যত পাপপণ,
তাৰ হতে আমাৰ চিটিকিব ধন;
পণ্য বেচি হ'লে বটা, পাপ হ'লে ডৰ;
এবে যেনে বাঁ, তেনে দাবী শেহান্তৰ।
জীৱটিৰ অন্ত পৰে প্রাণী ঢাকালেই;
জীৱ-আতমাহে মাথোঁ থাকে অকলেই।
তেৱে সকলােৰে বাবে জগৰীয়া হই,
অনন্তত উটে-বৰে যুগমীয়াকই।
এবে তােমালােকে কৰাঁ যত মানে কাম
গৰাকীৰ ওচৰতাে সিটিৰেহে নাম।
গতিকেহে মৰা-পাছে সিটিয়েহে গই
তাৰ বেচ ভূগিবগৈ যুগমীয়াকই!
-এয়ে জগতৰ ৰীতি, বুজা ডেকাহত!
অলপতে কিয় এনে হােৱা উধাৱত?
শক ১৮১৫
৫ আহিন।