পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৬৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অতি আলাসতে, খুপি কোনাে মতে তাকো হ'ব পাৰে পাৰ, (ঞ)। আন পাৰলই শেহান্তৰে গই, | পায় এনে খনি ঠাই- শান্তি অমিৰিত আছে যি পৰীত নাই কোনাে ভয় নাই। (ট) : নাই তাত আৰু জোঁক লাৰ লাৰু, | কাঠ-বেতনিৰ হাবি, নাই হাতী, গৰ, বাঘ, ভালুকৰ সেই গিৰিজনি ডাবি! নাই কোনাে দখে যেনি-তেনি সুখ; নাই আতৰণাে ভয়; মাথোঁ চাৰি পিনে, ওৰে ৰাতি দিনে, শান্তিৰেহে বায়, বয়। জয়-মালা তাত হয় যন্ত্রপাত, পৰে ফল-বৰষণ; ‘প্রেম’-ৰ'দালিয়ে, চুলি মেলি দিও কৰে ভােমােৰাকে খুন।