পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মৰিশালী খনি (ডিব, নৈৰ সিপাৰৰ)। আহা! কেনে নিজমীয়া,---কেনে নিজঞ্জাল! যেনি চাওঁ, দেখা পাওঁ,-নিমাত নিটাল! কাঁহপবি যায় জীণ,-গভীৰ গহীন! কিযে এটি বাজি আছে নিশাৰ বীণ। কিযে এটি কেনে জানাে লিঙা-ভাৱ-ধবা, বই বই বায়ু বয় মৈদামৰ পৰা। কিযে এটি চাটি-ফটি বেজাবব ঠাই, শন, যেন কিবা হেন কান্দে-‘হায়! হায়! আত্মা সকলােৱে যেন, আহি বাৰে বাৰে, দেহা-জকা চাই চাই হ,মনিয়া কাঢ়ে; পাকে পাকে বতাহত ফবি ঘূৰি ঘুৰি, শেহাস্তবে শন্যে মাৰ যায়; শুন্য-গভতাে যেন সেই—“হায়! হায়!” পৰি থকা লাওখােলা, জকা কামীহাড়, ছিগা হাত, ছিগা ভৰি দেখি আপােনাৰ, জীৱন্তৰ যত কথা মনে মনে গণি, অতি বেজাৰেৰে কান্দে হিয়া ধনি ধনি।