পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


জান-মালিনী তেৱে ধনী, তেৱে ধন;- “গােমস্তা ও মহাজন তেৱে কাম, তেৱে কামী; তেৱে কাৰিকৰ; নিশ্চয় নিশ্চয় তেৱে বিশ্ব-খনিকৰ৷ নিশ্চয় নিশ্চয় তেৱে (দেখানায়াে যদি কেৱে',) “অন্তর্যামী, সৰ্ব্বজন, বিশ্ব-আত্মা-প্রাণ সৰ্বব্যাপী, সৰ্ব্ব-দশী, সব্বশক্তিমান !!” তেন্তে মন! এতিক্ষণ হৈছে তযু পতিয়ন, যত মানে জীৱ-জন্তু আছে ত্রিলােকৰ, কি চেতন, অচেতন, গছনি কি হাবি বন, সকলােকে সৰজোঁতা আছে কাৰিকৰ; নিশ্চয় নিশ্চয় এটি-বিশ্ব-খনিকৰ ! শক ১৮১৭ ৫ আযােন।