পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


জান-মালিনী কাৰৰ সৈতে কাৰৰ মিল নােহে নােহে, একো তিল, খেলে খেলে গিয়াতি ও খেলে খেলে জাত; গৰ, পহ, নকুল; গাজ কলি কুহি ফল; চামে চামে গছনি ও চামে চামে পাত। আহা! প্রভু-জেউতিৰ ফিবিটি একোটি, ভমকতে উপজিছে আত্ম-জীৱ-মন; তাতে আকাশব ভাপ, ৰাশি-নক্ষত্ৰৰ চাপ, পৰি সাজে ভবিষ্যৎ-ভাগ্য একোখন। পাপ-পণ্য-ধন-ধান কৰিবলৈ পৰিমাণ, পাতিলই সােববণী তাবে একোখন, দৈৱজ্ঞই পথিবীত । সুখ দুখ হিতাহিত গণি গণি কয় সেই দৈব-লিখা খন। কিন্তু হায়! নাই নাই, একণকো দিয়া নাই, আয়, আব, মবণব, কাকো ক'তাে ভেদ। পণ্য-পাপ কত কাৰ? কয়,এনে সাধ্য কাব ? হয়াে যদি ‘মধা-ফুটা পঢ়ি চাৰি বেদ।