পৃষ্ঠা:জ্ঞান-মালিনী.djvu/১০৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


জ্ঞান-গালিনী যাৰেই গুৰিলৈ যাওঁ, সেয়ে মুখ ওফোন্দায়; চকুহে টেলেকা কৰি, গােঙোৰাকৈ ঘূৰি চায়; ২৪ যেয়ে সেয়ে ছেই ছেই, | য'তে ত’তে দৰ দৰ; যাকে মাতোঁ, সেয়ে মাৰে কিল, ভুকু, লাঠি, গােৰ। ২৫ হায়! কি কপাল মােৰ, এয়েনে আছিলে লেখা? উহ! কি এন্ধাৰ বাট, নেপাওঁ একণাে দেখা! সাৰথি মাথােন এই কণাৰ লাখুটি ডালি। তাৰেহে খােপনি পতি, কোনাে মতে হালিজালি,- এখুজি দখেজি কৰি। আহিছোঁ, হে ভাইহত!