পৃষ্ঠা:জ্ঞান-মালিনী.djvu/১০৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৬২ জান-মালিনী কেনি নাে যাবগৈ লাগে, চকুৰে নমনাে মই; খুন্দা ও খন্দনি খাই, যেনি তেনি পবোঁগই। আমাৰ নিচিনা এনে দুখীয়া লেহেৰা, দেও! এই বিশ্ব-বজাৰত নাই আৰু ক'তাে কেও! সি দেখি মাতিছোঁ মই, অত যে মিনতি কৰি; আহা,–আহাঁ, ভাইহত! নিয়া মােকো বাহ, ধৰি। বেচি তাে নেলাগে মােক, এফেবি পােহৰ মুঠে; তাকে পালে উলাহতে, হিয়া মােৰ নাচি উঠে। এটপি চকুৰ লাে, এখনি কোমল হিয়া,