পৃষ্ঠা:জ্ঞান-মালা.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
জ্ঞানমালা।

লেহেৰা ভৰিৰেই গছত উঠি নিজৰ প্ৰাণ ৰক্ষা কৰিলে।

 ম’হটোৱে শিকাৰ ধৰাত অপাৰগ হৈ গছ জোপাৰ তললৈ আহি শিং জোকাৰি হুকৰিব ধৰিলে। তাৰ হুকৰণি শুনি আহিনাই কপি কপি কলে, “ম’হটোৱে

জ্ঞান-মালা (page 34 crop).jpg
জ্ঞান-মালা (page 34 crop).jpg

নো কি কব লাগিছে ঔ।” কাতীয়াই হাঁহি উত্তৰ দিলে, “সি ইয়াকে কব লাগিছে— বীৰত্ব আৰু বন্ধুত্ব কাজত প্ৰকাশ পায়, কথাত নহয়।”