সমললৈ যাওক

পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
জেম্‌ছেদজী টাটা।

জন্মিলে মৰিব লাগে বিধিৰ বিধান
কিন্তু আজি মোৰ মৃত্যু দেৱতাৰ দান।

 * * *

(— হাজৰিকা)

 কীৰ্ত্তিমন্ত পুৰুষ অমৰ। দিল্লীৰ বাদছাহ চাজাহান ইহ জগতত এতিয়া নাই; কিন্তু তেওঁ পুণ্যতীৰ্থ আগ্ৰা নগৰীত সজাই থোৱা তাজমহলে তেওঁ আৰু তেওঁৰ বেগমৰ নাম চিৰস্মৰণীয় কৰি ৰাখিছে।