সমললৈ যাওক

পৃষ্ঠা:জীবস্তূতি.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সি সব কৰ্ম্মক স্মৰি শ্বাস কাঢ়ে দীৰ্ঘ কবি, | কিঞ্চিতেকে সুখ নলভয় সাত মাস হৈল হেন বিশিষ্ট বোধক লভে, অতিশয় পৰম সুন্দৰ। প্ৰসূতি বায়ুয়ে তাক | গৰ্ভত ফুৰায় পাক, গিৰ নথাকয় কলেবৰ। পুনৰপি গৰ্ভ বাস নৰকত স্থিত হুই, | কৃতাঞ্জলী তুতি আৰম্ভয়। কৃষ্ণৰ আগত জীৱে ব্যাকুল বচন বুলি, নিৰন্তৰে প্ৰাৰ্থনা কৰয়। আৰ কিছু মই পাপ নকৰিবে। কৃষ্ণবাপ, আচৰিবে। পুক সদায়। জনম মৰণ ঘোৰ পুমু যেন নহে মোৰ, হেন কৃপা কৰা যায় জগত ৰাখিতে প্ৰতি | বহুবিধ ধৰ। ৰূপ, ভূমিত চৰয় যায় পাৱ। তান দুই চৰণত ভৈলাহো শৰণাগত, নাহি যাত কালৰ প্ৰভাৱ। বোলা যদি সিটো কোন | যাহাত শৰণ লয় তান তোৰ কমন বিশেষ।