পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ওঁ নমাে ভগৱতে বাসুদেবায়। ছুটিয়া সন্মিলনী অভ্যৰ্থনা সমিতিৰ সভাপতি ডাৰীয়া আৰু চুতীয়া ৰাইজ নকল। আপোনালোকে আজি সমূহ চুতীয়া ৰাইজে গোট ৰাই সভা পাতি মােক সভাপতি বৰণ কৰিছে। আপােনালোকে নিজৰ ভিতৰতে এজনক লৈয়ে। এই সভা সুকলমে কৰিব পাৰিলে হেতেন, তেন লত যে মােক এই সভাৰ সভাপতি বৰণ কৰিলে ইয়াৰ কাৰন বিমান দুৰ মই জানিব পাৰিছে আপাে লােকৰ মোৰ প্ৰতি এটা আন্তৰিক ভক্তি আৰু মৰম এইটো বৈজ্ঞানিক সত্য যে অকপট সহানুভুতিতে সহানুভুতি মৰমে মৰম, ঘৃনাই স্বনা আকৰ্ষন কৰে। মই অন্তৰেৰ সৈতে • মােৰ অসম জননীৰ সন্তান সকলে। জ তৰে, সকলো শ্ৰেণীৰ ভাতৃ বৃন্দক ভাল পাওঁ। সকলো জাতৰে, সকলো শ্ৰেনীৰ ৰাইজ। উন্নহিত মােৰ উন্নতি বুলি ভাবে। বো কবে। আপে সকলৰ অনেকেই মােৰ এই : টাঙ্গা।