পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দোষ হীন দেঢ়ি বিচারি সময় একটাই মিল। প্রীতিৰে চলিলে, মনৰ পৰা ঠেক বা সঙ্কীর্ণ ভাব বিলাক দূর কৰিবলৈ শিকিলে ধৰ্বত মন রাখি কও'ৰ কৰ্মত লাগি থাকিলে স্ত্রী অর্থাৎ লক্ষীয়ে আপােনা আপুৰি লগ দিব। | অর্গাপূজার আধ্যাতিক ভাবলৈ চালে আমি পাওঁ কি দর্গা দেবীর রণ হালধীয়া, আমার পঠারত ধান বিলাক পকিলে তাৰো করণ হালধীয়, হয় যি মানুহে সরস্বতীক আরাধনা বিদ্যা শিকি তালকৈ কৃষি (অথবা সকলো বিষয়ৰ কষণ) করিব পাৰে, তেওঁক শস্যরূপী লীয়ে লাগ দিয়ে খাই বই বলবান হব পারিলে একলে কাৰ্তিকর দরে সুশ্ৰী আৰু বীৰ হব পরা যায় অরূ আন ফালে কর্ম কয়ার ফলেৰে যি জ্ঞান লাভ হয় সেই জ্ঞানেরে গহীন গম্ভীর প্রশান্ত গনেশ হৈ সিদ্ধি লাভ করি মা ভগবতীক বা ইশ্বৰক অন্তত লাভ করি মনুষ্য জনমৰ সার্থক করিব পৰা যায়। মাের বােধেরে ভাতৃ সকল। দুর্গা প্রতিমার অধ্যাতিক অর্থ এনেকুৱাটোহে । দর্গাক লাভ হবলৈ গলেই প্রথমতে কষণ করি অর্থাৎ শিক্ষা লতিব লাগিব। শিক্ষা লভিবলৈ হলেই মদ, কাণি, তা চিগারেট এই কেইটা বস্তু আগেয়ে অতবাব লাগিব। যদিও অষ্টা বিশেষ কোনাে রােগ বিশেষে