বর্তমান সময়ত ছুটীয়া সকলে কি করা উচিত। পূৰ্ব গৌরবলৈ চাই, বর্তমানে চুতীয়। সকলে কি করা উচিত এই বিষয়ে পরস্পরে সহ সুতি করি এটা সিদ্ধান্ত করিবার নিমিত্তেই এই সভা বহুত হৈছে। আজি কালির দিনত শিক্ষাই হৈছে সকলো উন্নতির মুল। চুতীয়া সকলে অন ২ অসমীয়া সকলৰ দৰেই এ দুতি লভিবলৈ খোজে যদি তেন্তে নিজর ভিতরত শিক্ষা বঢ়াবলৈ আগ বঢ়ক। আমি ক্ষত্রিয় সেই বাবে হাল কোর নাম এনেকুৱা এটা মত ধৰিলে আৰু এটা হুজুগত পরি গুণ লবলৈ বিচারিলে আমার চুতীয়া ভাতৃ সকলৰ এটা লোকচানত বাজে লাভ হলে নহব। চুতীয়া সকলর বর্তমানে প্রধান উদ্দেশ্য হব লাগে, নিজৰ ভিতৰত সকলে। বিধৱ শিক্ষা লাভ করা। ভাল শিক্ষা ইলেই কারবার, কৃষি, বাণিজ্য, চাকরি সকলোতেই উন্নতি লাভ কৰিব পৰা হব। ভা, কাশি, মদ, সিগারেট ইত্যাদি রাগীষাল বস্তু বিলাকৰ পৰা চুতীয়া যুবক সকলে অতরি থাকি বিদ্যা বুদ্ধির চর্চা কৰাত লাগি থাকিলে বণিক্ষা ব্যৱসায় এই বিলাকত পৰম্পর সহায় অাৰু সহানু ভগি থাকিল, ই কৈ সিফৈদৰ
পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৪৭
অৱয়ব