সমললৈ যাওক

পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৩৯)। মদ, কাশি, ভাঙ্গ অৱশ্যকীয়ও তথাপি এই তিনিওটা বন্ত বিনহে । হায় মােৰ ওপর অসম দেশ খানক কানিয়ে আর ভাটী অসম খনক ভাইে সর্বনাশ করিলে। দুইরাে মাজতে মদ বা লাও পানীয়েও কম অন্যায় করে। এতেকেহে মােৰ চুতীয়া ও সকল এই তিনটা নিছা যদি আপোনালোকৰ ভিতৰত আছে, তেন্তে তাক ততালিকে দর কবলৈ প্রথমতে চেষ্টা করা। নিহা বস্তু এটা এৰে বুলিলে মনৰ বল লগালে এৰিবলৈ একো টান কথা নহয়। অৱশ্যে মই নিজর শ্লাঘার অর্থে কোৱা নাই, কিন্তু অহির পর যদি কারবার কিবা উপকার হয় তেন্তে কওঁ শুনক। মই স্কুল কলেজ থাকিবৰে পৰা আজি এবছৰ আগলৈকে মই ধপাত, চুর, চিগারেট বরকৈ খাইছিলোঁ, কিন্তু অজি বছরেক হল অর্থাৎ গল বছর এনেকুৱা দিনতেই কিবা এটা ......... উপস্থিত হোৱাত ধপাত ঝিৰি চিগার চিগারেট একোকে নাখাওঁ বুলি প্রতিজ্ঞা করিলে আর জগৱন্তু পুরূষন কৃপাত মাের ধপাত খােৱা অভাটো গল । কিন্তু তার ফল স্বরূপে মােৰ ঘৰর পরাটা লৱাৰ মুখর পরও ৰোৱা খােৱা বাটো আর হল মাহে বুৰি টকি রূপ যে আয় হলেই আর উপরিও আমাৰ স্বাস্থ্য ভাল হৈছে যেন পাইছে। এতেকে রাই