সমললৈ যাওক

পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিপদে ছুতীয়া জাতিক টুঙ্গা কৰিছে। ইমাৰ ঠে ছিগা হৈ পৰিল যে আজি কালির নিচিনা দিনতাে নিজে নিজে চিনিব পৰা নাই, কিবা চিনাকী দিবলৈ সাই জন্ম নাই। চুতীয়া জাতির বর্তমান অবস্থা কবলৈ বেলার লগা। যি চুতীয়া জাতিয়ে ৪০ বছর পূর্বে উজনী অসমত প্রবল প্রতাপেরে ৰাজত্ব কৰিছিল সেই জাতির সতি সন্ততি বিলাকে এতিয়া অৱনতির তলত পরি নিতাল মাৰি আছে । তেওঁলােক নিকিন নিচলা আর প্রায় অকামিলা হৈ জুলুকা লাগি পেপুৱা খাই আছে। | সময়ে অনেক পরিবর্তন করে রজাক ভিকহু করে পৰিভাৰীও সন্ত্রান্ত লােক হৈ উঠে। কতনো সাল সলনি হয় তার সীমা সংখ্যা নাই। আহোম চুতীয়। কোচ, কছাৰীর রাজত্ব আজি কালর গৰ্ভত তেওঁ লােকৰ প্রসিদ্ধ নগর বিলাক অরণ্যৰ মাজত। প্রজার অৱস্থা জাতির কথ', এতিয়ারে বহুত দে। মন সম আচাৰ নীতি আদি রিজালেও নিমিলে। এই জাতির অধঃপতনৰ সময়ত যি দুর্দশ ক বর্ণনা কৰা টান। কই আকৌ যুগমীয়া দাসত্বর বন্ধতেহে জীৱ নক ধন্যবাদ ভাব কৰিছে অসমর পুরনি রাজবংশী চুতীয়া,আহোম আদিৰো দশা সেয়ে হৈছে। আজি সকলাে জাতি মহা তাপ বৃটিছ জাৰ সমান ৫ঙ্গা।