{ ৩৫) প্রতিছে যি জাতিয়ে পালবংশক আৰু কমতা পুরর রজাক যুজত ঘটােব পারিছিল। যি জাতিয়ে জলে স্থলে ৩, • তিনিশ বছৰ আহামে সৈতে যুজ ধৰি । আছিল। বি জাতর বজাই পালবংশ আৰু কমতা পুৰর রজাই সৈতে বিবাহ এত আবদ্ধ আছিল সেই জাতি পৰ্বতীযা অৱর দফলার নিচিনা মানুহ নহয় কেতিয়াও নহয় সেই জাতিটো আগৰ ভীস্মক। বংশৰ ক্ষত্রিয় জাতিহে। যদি তথাপি কোনাবাই আপত্তি করে তেনে হলেও এইটো ধ্রুব সত্য যে চুতীয়া জাতিটো এসময়র রাজ বংশর জাতি। গুন আর কৰ্ম্মর দ্বারাই যদি আদিতে হিন্দুৰ জাত বিলকির কিরন হৈছিল তেনেহলেও চুতীয়াৰ আগর গুন অরু কৰ্মলৈ চাই ও তেওঁবিলাক ক্ষত্রিয়হে। | চুতীয়া সকলর বর্তমান অবস্থা। | এই বিষয়ে আমি নিজে একো কব নালাগে । আমাৰ বন্ধু শ্ৰমান জরকান্ত বরুয়। দেৱে তেওঁর চুতীয়া জাতি বােলা পুথি ৰানত যি লেখিছে তারে তুলি দিলো। ছুতীয়া বিলাক অসমর রাজংবশী মানুহ আগেয়ে এটা স্বাধীন জাতি আছিল। এতিয়া অর সেই দিন নায়। রাজ হেৰুৱাৰ লগে লহ পিত আৰু গাব বলো তলপৰি যাবলৈ ধরিছে। নানা হেছ। ও
পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৪৫
অৱয়ব