পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


(৩৪) এই সকল রজা জাতত ক্ষত্রিয়ই আছিল নে অনাফ তাক কোনে জানে । রাৱনর মাক নিশাচরী বা দাস হলেও রাৱন বামুর হে লৰা আছিল। | যদি জরাশঙ্ক শিশুপাল আদি ক্ষত্রিয় রজ। হয় তেন্তে ভগদত্ত বান ভীস্মক ক্ষত্রিয়ই আছিল । অথবা হিন্দুর লগত পরি ক্ষত্রিয় হিন্দুরে সৈতে বিবাহদি আদান প্রদান করি হিন্দুয়ে হৈছিল । ছুতীয়ার দেউরী সকলে মদ গাহরি খােৱাৰ বাবেই তেওঁলােকক অনায’ বুলিব নােৱারি। আগর কালর ক্ষত্রিয় সকলে মদ গাহৰি খাই ছিলেই। পিছতহে মদ গাহৰি এরিছে ছুতীয়া সকল দৰ। চলতে অনায্য হোৱ। হলে দেউৰী সকলে গছ পাথৰ অথবা দেওঁ ভত ইত্যাদি পূজিলে হেতেন কারামী গেরা অথাৎ মহাদেৱ পাৰ্ব্বতী বলীয়। বাবা মহাদেই এই সকলক নুপুজিলে হেতেন । দিবঙ্গীয়া খেলর মহাদেৱ পাৰ্ব্বতীর মন্দিৰ এতিয়াও কুণ্ডিল নৈর পারত বহু মান । যি ছুতীয়া জাহিয়ে এসময়ত দুর্গ গড় আপি করিছিল তাগেরীর মন্দিৰ আৰু দেৱালয় সাজিছিল পুখুরী এই উছগা কৰিছিল বি জাতর ভি তত লে বা পটুরি চচ্ছ। আছিল। যি সকলৰ পূজা পদ্ধতি বিবাহ শব্ধ সমস্ত হিন্দু নিয়মে চলি আহিছে । যি সকলে আগর কালত শিব দূর্গা পূজিছিল আৰু এতিয়া বৈষ্ণৱ ধৰ্মত