পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৪৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ব্রাউন চাহাব এই সকলে চুতীয়া সকলক শদিয়াৰ আদিম নিবাসী বােলত আমি তেও বিলাকক ভীস্মক সমর ক্ষত্রিয় সকল সতি সন্ততি বুলি ধৰি লৈছো। আমার মতে বুৰঞ্জী হিচাপেও চুতিয়া সকল ক্ষত্রিয়হে কিন্তু এই খিনিতে আকৌ কেনে প্রত্নতাত্ত্বিকে কব পাৰে যে চুতীয়া সকল ভীস্ম কর বংশর হলেও অনাষ' আৰ্য ক্ষত্রিয় জাতর মানুহ নহয় যেহেতু ভীস্মক ভগদত্ত নরক ৰামায়নর বালী সুগ্রীব এই সকল হিন্দু ধর্ম লােৱা অনায্য বংশধরে রঙ্গা আছিল আমি কিন্তু ঠিক কৈ কব নােৱাৰাে এই রঙ্গাসকল অষ' নে অনায্য আছি। মহাভাৰত রামায়ন পায় সমস্ত পৰাক্ৰমী ৰজারে কেও বােৰ শৈব কেও ঘোর শান্ত আছিল । ৰমায়ন আৰু মহাভারতে একালে শুদ্ধ সত্ব বৈষ্ণব ধর্মর অন ফালে তান্ত্রিক শক্ত অজ শৈব ধর্মর ভয়ঙ্কৰ সংঘৰ্ষণ দেখা যায় রামে বিষ্ণর অৱ তার কৃষ্ণ ও বিষ্ণুৰ অৱতার রামেও দেবী পূজক ৰানৰ প্রতি বন্দিহৈ রাবন বধিলে কৃঞ্চই ও প্রথ জরসমে শিশুপাল প্রভৃতি শক্তি রজ সকলক মারিলেও আৰু শেহত ভাৰতর যুত পঞ্চ পাণ্ডবর হতুয়াই শৈব রজ। দুষেখৰ আৰু শক্ত শৈব অসংখ্য কৌৰব ফলীয় রস সকলক মরাই ভাৰতর বৈষ্ণব ধর্ম আপিলে। জরাসন্ধ শিশুপাল