সমললৈ যাওক

পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৩২) অছ মুৰ গী গাইরী খায় তেনেস্থলত চুতীয়া সকল টামিতিক অর্থ ত এটা জর উপনিক এট। জন্তু । নিজৰ ভাতৃৰ দৰে লোৱা মানুহ। অার টট মিন্তিক হোৱা মানুহ সকল অন্য পৰ্বতীয়া। কিন্তু এই টটের বিষয়ে আমি পাওঁ সে আমাৰ অৱতরি পুরুন প্রভু শঙ্কর দেৱর বংশ সকলে কাছ নামাৰে আৰু কাচ নাখায় দ্বিজ রমানন্দ কত শঙ্কৰ দেবর চরিত্ৰত আছে যে তেওঁ বিলাকৰ উপরি পুরুষ সকলর এজনা সেই সময়ত কনে জ ত পাঠানর উৎপ|ত হোৱাত তেওঁ লোকর তামর ফলি এখন পুখুৰী এটা ত পেলাই অলপ অচৰপ বয়বস্তু হাতত লই হাবিত পলাই আছিল । পিছত পাঠান যোৱাত হাবির পর ওলাই আহি জি ঘরত বাস কৰার লগে ২ পুখুৰীটোত তামৰ কলি খান জল পেলােৱাই মানুহ নামি ডুপিয়ই বরকৈ বিচাৰোঁতে ফলি খান নাপালে। কিন্তু মানুহে ফিচারি হয়রান হৈ হেরাল বুলি এরি দিয়ার পিচত বৰ ডাঙ্গর কাছ এজনীয়ে সেই তমর ফলিখন মুখত করি অনি পৰত দিলেহি। তেতিয়ারে পর শঙ্কর দেৱর বংশয় কছ না [য়ে। নাম রেয়াে। শঙ্কর দেৱব বংশ সকল দেখেন নিভঙ্গ নিখুট কায়স্থ । কাচক নমরা বাবে তেওঁবিলাকো টটামিস্তিক হলনে। এনেকুৱা বিলাক মতামতর পৰা দেখা যায় যে কলেজ হেনো রায় বাহাদর গুন ভৗ রাম বৰুৱা