পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশ্বাস। বমান কালত চুতীয়া সকল অসমৰ আন আ হিন্দু সকলৰ দৰেই বৈষ্ণব ধৰ্মৰ মানুহ! অগৰ কাল আমাৰ চুতীয়া ভাত, সকল দেবী পূজক তান্ত্ৰি আছিল। দেউৰী সকলৰ ধৰ্ম এক প্ৰকাৰ তান্ত্ৰি বীৰাচাৰী শাক্ত ধৰ্ম্মকেলিব পাৰে। তেওঁ বিলা লক্ষী বম্বী দুৰ্গা দেবী মহদেব এই সকলক মানে আৰু পুজে। দেউৰী সকল যে সুন্দৰ দেবী পূজা তাৰ প্ৰমান তেওঁলোকৰ উৎপত্তিৰ ৰিণটোৱে দিয়ে। তেওঁবিলাকৰ ভিতৰত এটা প্ৰবাদ আছে? এসময়ত দুৰ্গাদেবী মাতৃ শীল স্বৰূপে দিবং নৈত ভাৰি উঠিছিল। সেই দৰ্গাদেবী ব্ৰাহ্মণ সকলে আৰু অন২ কোনো হিন্দুৱেই নিব!ৱিৰিলে পিছত কেই গৰাকী- মাণ ছুয়াই আহি মাতৃক কৃতি •তি কৰাত মাতৃ নিজে নিয়ে পাতল হল। তেতিয়া নেই কেই গৰাকীয়াই মাতৃক দোলাকৰি লৈ গৈ তাবেৰী মন্দিৰত থাপিলৈ। সেই কালৰে পৰ এই দোলা কঢ়িওৱা চুতীয়া সকল বংশধৰ সকলেই দেশী হ'ল। আৰু শদিয়াৰ বিখ্যাত তাভেশ্বৰী মাতৃৰ পূজক, পুৰোহিত পচাতোলা হল।