পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ২০ ) এই আত্ৰেশ্বৰী মাতৃৰ মলিৱত দেবীক পুজিবলৈ হিন্দু নৰ ভাৰ ২ বীৰাচাৰী শাক্ত সকল আহিছিল, খানকি দেবী পূজিবলৈ তিব্বত, চীন ইত্যাদি ঠাইৰো মানুহ আহি মাতৃক পুজিছিল। সকলো মানুহেই আনকি আয়, মিচিমি, চিংফৌ ইত্যাদি সকলেও এই মূৰিক ভয় আৰু ভক্তি কৰিছিল | এইটো অৱশ্যে না কত কথা সে এই মন্দিত যৰি এটা নয়লি হৈছিল। এই নৰবলি বিষয়টোকে লৈ কোনো কোনাে প্ৰত্নতাত্ত্বিকে কখােজে যে যি মানুহে নৰ বলি কৰিছিল, সেই সকল অনায্য অহিন্দু আছিল। চুতীয়া সকলে নৰ বনি ইলাইহিল, সেই দেখি তেওঁলোক অহিন্দু অনায় আছিল। এনেকুৱা মতও মােৰ বিবেচনাৰে একেবাৰে অসাৰ। নৰবলি মধ্যযুগত হিন্দুৰ ব্ৰাহ্মন ক্ষত্ৰিয় এই সকলেও চলাইছিল। তাৰ প্ৰমান অলেখ অসংখ্য। আদিতে এই নবনিৰ প্ৰধাটো আছিল যে যি মানুহক ৰজাই প্ৰান বিহিছি। ( কোনো ৰাত্ৰে নহত্যা ইত্যাদি অপৰাধত) তেনেকুৱা মানুহক হে কোন এক কাণী হল মন্দিৰত গোসানীৰ আগত মাতৃৰ • আগত সেই মানুহটোৰ আত্নাৰ মুক্তিৰ নিমিত্তে। মৰন কালত মাত্ৰ চক্ষন দেখি মৰিবৰ নিমিত্তে বলি দিছিল। আৰু সি কালি শেu কোহিদিয়া