(২১)। যি সকল ছুীয়াই পৰাজিত হৈ আহোমৰ লগ লাগি ছিল। সেই সকলৰ নামাে হৈছিল অঙ্গে মি ছুতীয়। মাৰু সেই কালত তেওঁ নিকৰ অচাষ পদ্ধতি কৈছিল অহোমৰ দৰে, কিন্তু আমি কলি আমাৰ গাহো ভাত নকল। হিন্দ ৱোৰ লগে ২ গাৰ আহোম চুতীয়া সকলো অজি কালি হিন্দুৱেই, নেই দেখি আজি কালিৰ দিনত আহোম ছু তীৰ। বা হিন্দু ছুতীয়া বুলি ভট। বেলেগ ২ জাতি নাই বুলিলে ও হয় আৰু যদি কৰবাত বিভিন্নত। আছেও তেনেহলে তাকে ঠাই দি সমস্ত চুতীয়াৰে এক হোৱই উচিত। যেনেকৈ গামেৰ অভুদয় কাল ত ক ছুতীয়া অন কি চিনদ ও গাহে হৈছিল ভাটীৰ ফলে মছলমান ৰাজ ওৰ কালত অনেক হিন্দু মছলমান হৈছিল। সেইদৰে চুতীয়াসকল অভয়ৰ কালত কোনো কোনো বৰাহীও চুতীয়াৰ ভিতৰত সোমাইছিল। বৰ্তমানে আৰু বৰ গী কলৰ আচাৰ নীতি পথক তেওঁ লোকেৰ মৈত চুতীয়া সকল বিবাদি আদান প্ৰদান নাই কিন্তু যদি কোনো বৰাহী, বঃ দেউৰয়েই অখাদ্য ত্যাগ কৰি ছুতীয়াৰ ভিতৰত ভুক্ত হব খোজে তেন্তে সেই সকলকো আমাৰ চুতীয়া ভাতৃ সকলে শুৰুৰ সকলৰ সন্মত লৈ নিজৰ ভিতৰত ভুক্ত কৰি ললে ভালত বাজে একো বেয়া নহয়।
পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৩১
অৱয়ব