পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেখুৱাই সাধনীৰ বাপেৰ অঙ্গিকাৰ পুৰ্ণ কৰিলে তৈতিয়া তেও ধৰ্ম্ম ৰক্ষাৰ অৰ্থে নীতি পালতে বিয়া সােমাল। সাধনী এল পচা তিৰুতা হোৱ। হলে আত্নহত্যা নকৰি আহােমৰ কৰতলীয়া হৈ থাকিল হেতেন। বিবাহাদি আচাৰ পদ্ধতি। স্বাধীন অৱস্থাতে থকা কালত অৰ্থাৎ আহোম সকলৰ হাতত পৰাজিত হোৱাৰ আগলৈকে সমস্ত চুতীয়া জাতিটোৱেই সকলাে বিষয়তে হিন্দুৱেই আছিল। চুতীয়াৰ ৰজা সকলে হিন্দু ক্ষত্ৰিয় বংশী পাল ৰজা। কমতাপুৰৰ ৰঙ্গা এই সকলে সৈতে বিৰাই মুত্ৰত আবদ্ধ আছিল। বিবাহত মে পুৰি বামুনে বেদোক্ত মাত্ৰ উচ্ছাৰন কৰি চুতীয়া সকলৰ বিবাহ কায সম্পন্ন কৰিছিল। চুতীয়া সকলে জিৰ ভি তৰতেও অল্প সময়ে সময়ে আমাৰ অসমীয়। তান হিন্দুৰ সৈতেও বিবাদি আদান প্ৰদান কৰিছিল। সম্পত্তিৰ উত্তৰাধী কাৰিও চুতীয়া সকলৰ মাজত হিন্দুৰ দায় ভাগৰ নিয়মেই চলি আছে। শ,দ্ধি বিবাহ ইত্যাদি সমস্তই হিন্দুৰ দৰে। কোনাে বিভিন্নতা নাই। এই গমন্তু কাৰনে বত্ত মানলৈকে হিন্দু চুতীয়া সকল সম্পূৰ্ণ ক্ষত্ৰিয় হিন্দুয়েই।