পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৯)। অৰ্থাৎ শেই জ ৰজা কোনােবা পতীয়া চাৰ চুতীয়া বা পালবংশী ৰজা দুৰ্বল হোৱাত নীতিপালে অহি চুতীয়া ৰাজ্যও লয় আৰু সানীকো হস্তগত কৰে, অসভ্য পৰ্বতীয়া দেখিয়েই সাধনীয়ে প্ৰথমতে বিয়া সােমাবলৈ খােজা নাছিল কিন্তু যেতিয়া দেখিলে যে সাৰিৰ উপায় নাই তেতিয়া বিয়া লােমাল। আমাৰ বিবেচনাৰে কিন্তু এই মত একে বাৰে ভুল ইয়াৰ কোনাে তে নাই পালবংশৰ কোনাে বজায়ে উনি. বিশে শদিয়া আক্ৰমন কৰা কথা কতাে নাও . এইটো সকলােৱে কানে যে আমাৰ অহোম ৰ সকলেও নিজৰ আহোম নাম প্ৰকা স্বতেও হিন্দুৰ নাম লৈ ক্ষত্ৰিয়ৰ সিংহ উপাধিতে মামৰ পাচত গ্ৰহন কৰিছিল , যেনে, ৱিসিংহ কুদ্ৰসিংহ ইত্যাদি ইত্যাদি। এই অনুক্ৰমে আমাৰ চুতীয়া ৰা ৰসুধজেও পাল বংশক যুত খটুৱাই পালবংশৰকীয়াৰী বিয়া কৰাই, "পাল” উপাধিটোও গ্ৰহন কৰিছিল। নীতিপাল পৰ্বতীয়া অসভ্য গুজাৰ নাছিল। দেউৰী সকলে ছাই ২ কয় যে নীতিপাল চুীয়া মুৰক আছিল। তেওৰ গাত অলপ ৰ কাৰ কাৰনেই যানীয়ে তেওক বিয়া সােমাবলৈ প্ৰথমতে মাও নহৈছিল। কিন্তু যেতিয়া দেখিলে যে নীতিপালে ক্ৰিয়েচিত বীৰত্ব আৰু বিষ্ণা