পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১২) কবি মৰণ, অৰু বৰাহী ৰাজ কাঢ়ি ললে। ইয়াৰ পিছত চুতীয়া সকলে সৈতে লেল পেল সুজ অৰিম্ভ কৰিলে। খ্ৰী: ১৩৭৮ শকত ছুতীয়া ৰজ। গুৰূদ পাল বা প্ৰমত্ত নাৰায়ণে আহোম ৰজা চুতুফাক সই তৈ :খল নাও খেলিবলৈ মাতি নি অন্যায় ৰূপে হত্যা কৰে। ইয়াৰ ২২ বছৰৰ পিছত অহোমৰে চুতীয়াৰে সি ৰণ হয় সেই ৰণত শহুৰ অৰূ জেৰাই অৰ্থাৎ ধৰ্মবঙ্গ আৰু নীতিপাল ভয়ে হত হয়। অহোম ৰজা চুমুঙে চুতীয়াব ৰজ। আৰু জোয়েক নীতিপাল উভয়ৰ মুৰ দুটা কাটি তেওঁৰ চে মদেৰ মন্দিৰৰ ওপৰলৈ উঠ। খটখটিৰ তলত পূতি বলে। আহোম ৰজাই শীতিপৰ পুত্ৰ সাধক নাৰায়নক আমাৰি পূবে ৰোটা পশ্চিমে ধনশিৰি উত্তৰে কুবেৰব আলী দক্ষিনে ব্ৰহ্মপুত্ৰ এইও দেশত১২বাৰঘৰ পাইকেৰে সৈতে থাপি লে তবিক নাৰায়ন বছৰ অহেম ৰজাক ২তোলা সে। ৮ টক! ৰূপ ৪ খন থঙ্গ। কৰ স্বৰূপে দিবলৈ গতি বলে। চুতীয়া ৰজাৰ পাত্ৰ মিত্ৰ মন্ত্ৰি য়েই সকলকে। আহোম ৰজাই ঠায়ে ঠায়ে থলে। ১৭ শ খৃষ্টাব্দত চুতীয়াৰ ৰাজ্য আৰু শ লিঃ। চুতীৰ হাতৰ পৰা সৰকি আহোমৰ হস্ত গত হয়। ৪ বা আছে যে চুতীয়াৰ ৰাজকন্য। সপীয়ে আহোমৰ হাতত পৱ। হকৈ বুয়েই শ্ৰেয়: মা আ হত্যা কৰিলে।