পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১১) বিড়ালী গঢ়ি দিয়াতহে শান্ত হল। দেউৰী সকলৰ মতে সাপীৰে নে ছুতীয়া ডেকাক বিয়া কৰাবলৈ অস্বিকাৰ কৰিছিল, ইয়াৰ কাৰণ ডেকা গাত ৰৰ আছিল আৰু বাপেকে সেইজ। ডেকাকে ৰজ। গতওঁ তেহে সাধণীতেঁও তেওঁত দিয়া মেমৰলৈ সম্মত হৈছিল। দেউৰী সকলে এইঙ্গা ৰজাক ৰে খে. নজ। বোলে। আমাৰ অসমীৰ। ভাৰাত এট। কৰা আছে। সেইট। এই, | সাধেতে সাধেতে সাধীক পালে। সাধক দিবলৈ দয়া নাপালে।" সাধনীৰ গিৰিয়েকে তিপাল নামলৈ ৰজা মণ কৰিবলৈ ধৰিলে। তেওঁৰ শাসন এনেকুৱা নয়। হৈছিল যে প্ৰজাবই তেওঁৰ নাম অণিতি পল থৈছিল। আহােম আৰু ছুটিয়াৰ সংঘৰ্য। অহোম সকলে যেতিয়া পাটকাইৰ পৰা সমথললৈ নামিছিল সেই সময়ত গ গাৱত এজন চুতীয়া ৰাই ৰাজত্ব কৰিছিল। তেওঁৰ ৰজৰ সীমা অছিল, পৰে শদিয়', উত্তৰে দৰং, দক্ষিনে পটকাই। অহোমে ও মতে মৰণ অৰু ৰহী নামৰ দুই শৰ লগত ৰবিগ্ৰহ