পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেউৰী সকলৰ মাজত প্ৰবাদ আছে যে চুতীয়া, বঞ্জাব জীৱনটো চুতীয়া ৰজাৰ মাকৰ চুলি ভাৰত নিবদ্ধ আছিল। সেই কাৰনেই আহোমে ৩০০ বছৰেও চুতী য়ক বলে পৰ নাছিল কিন্তু যেতিয। ছুতীয়া ৰক্ষা নীতি পাল অত্যন্ত গব্বী হৈ উঠিল, প্ৰাক উৎপীড়ন কৰিবলৈ ধৰিলে আকাশ পাতাল একোকে নগনা হল, তেতিয়া দেৱতা সকলৰ তেওঁৰ ওপৰত ৰংকুঠিল আৰু তাৰ ফল এ জ ছুতীয়। দেউৰীয়ে মনে মনে অগোমৰ ফলীয়। =ৈ ৰজাৰ মাকৰ চকুত নজনাকৈ ধূল পেলাই দিলে। সেই ধূলা গুচাই দিওঁ বুলি ছলেৰে বজাৰ মাকৰ চুলি। এ কাটিলে। চুলিকটা মাত্ৰে ৰঙ্গাৰ অ| সূক্ষী হল . দেউৰীয়ে পিছত ৰজাক গুপ্তহত্য কবিলে।। | চুতীয়াসকলৰ মাজত প্ৰবাদ আছে যে ছুতীয়া ৰজাই নতৌ চৰাই দেউ শালত গোসানী পূজা কৰি থকাব নিমিত্তে আহোম ৰজাই চুতীয়া ৰজাক কোনাে ৰকমে বলে নােৱাৰি শেহত আহােম ৰজায়াে মনে মনে সেই চৰাই দেউ শালত গোসাঁণীক পূজি গোসনীৰ পৰা বৰ লৈহে চুতীয়াক পৰাস্ত কৰিব পাৰিছিল। | দৰগ ৰজাৰ বংশাৱলীমতে আহোম ৰজালৈ হেলে চুতীয়া ৰজাৰ জীয়াৰী এজনীক বিয়া দিছিল। সেই জ"। জীযাৰীয়ে গিৰিয়েকৰ ফুচুলানত বাপেকৰ পৰ। শোণ। বিড়ালীটো চুকৰি নি গিৰিষেকক দিলে। চুতীয়া ৰজাৰ