পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৪) তাত্বিক সকলে এই ৪ • • • হেজাৰ বছৰৰ এন্ধাৰ যুগটোৰ ৰঞ্জী উলিয়াবলৈ লাগি পৰি আছে। অসমলৈ হোম সকল অহাৰ আগেয়ে আমি, আমাৰ অমত তিনটা জাতিয়ে ৰাজত্ব কৰা কথা পাওঁ। দিয়াকে ৰাজধানী পাতি উজনী অসমত চুতিয়া সকলে ব(জত্ব কৰিছিল। মধ্য ডিমাপুৰক ৰজধানী পাতি কছাৰী সকলে ৰাজত্ব কৰিছিল। ভাটী অসমৰ এক খণ্ড কমতাপুৰ ৰাজ্যৰ সামিল আছিল আৰু একখণ্ড কোচ বিহাৰ কোচ ৰজসকলৰ অধীনত আছিল। একখণ্ড অৰ্থাৎ শিৱসাগৰৰ ফলে পাল বংশী হিন্দু ক্ষত্ৰিয়া ৰজাৰ শাসনত থকাও পাওঁ। আজি আমি উজনি ওৰ চুতীয়া ৰাজত্বৰ বিষয়ে ৰাইজ সকলক জনাবলৈ ওলালে।। | চুতীয়া সকলৰ ভিতৰ হাতে লিখা কোনাে সাচি পতিয়া বুৰক্ষী পুথি আছেনে নাই কব নোৱাৰে। কৰ্ণেল ডলটনে চুতীয়া সকলৰ আদি বিবৰন যি দৰে দিছে আমি সেইটোকে জৰজৰতে শুনাই আমাৰ হিন্দু সকলৰ মতে চুতীয়া সকল কি, কোন জাতৰ মানুহ এই বিষয়ে জাম। ছুটিয়া সকলৰ উৎপত্তি। কৰ্ণেল ডলিটনে কয় যে চুতীয়া সকলৰ আদি বাস স্থন দেৱ শিৰী নৈৰ উৎপত্তি স্থলত অথবা পৰ্বতৰ