পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৪
[ ৬৮ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

চিনি গুছাই পাছে  দেখে শূন্য আছে
 ঔ গোট মান হুই॥১৬॥
মাধৱদেৱত পূজিলা ভকতে
 কি মতে আক জানিল।
পাগিল যেখন  চিনিক তেখন
 প্ৰচণ্ড বায়ু বহিল॥১৭৭॥
হুই নুই বলাই  কহ মোৰ ঠাই
 কহিল বলাই পাছে।
চিনি পাগিবাৰ  বেলা দুই বাপ
 প্ৰচণ্ড বায়ু বহিছে॥১৮॥
মাধৱে বোলন্ত  তাৰে পাক লাগি
 ভিতৰে বায়ু বহিল।
সেহিসে কাৰণে  ঔৰ গেট মানে
 ভিতৰে শূন্য ৰহিল॥১৯॥
শুনিয়া সমস্ত  বিস্ময় মনত
 আচৰিত ইটো কথা।
আত অনন্তৰ  শুনা সাধু নৰ
 আৰো বিপৰীত তথা॥২০॥

-চেনি পাগত বিঘিনি-

একদিন চিনি  পাগিবাক দিলা
  চেনিয়া বলাইক নাতি।
মাধৱদেৱৰ বচনে বলাই