পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৵৹

গ্ৰন্থখনিৰ “হিমালয়ৰ প্ৰতি সম্বোধন” পদ্যটি ডেকা সকলৰ অজ্ঞানতা দোষ খণ্ডাবৰ নিমিত্তে লেখা হৈছে, বাকী পদ্যবিলাক তাহানি দিনৰ পুৰণি “জোনাকীত” লেখাৰ পৰা উদ্ধাৰ কৰি প্ৰকাশ কৰা হৈছে। অৱশেষত পাঠক পাঠিকা সকলক মোৰ ভুলচুক দেখিলে যেন ক্ষমা কৰে ইয়াকেহে খাটিলোঁ।

 মোৰ পৰম বন্ধু কবি শ্ৰীযুত ৰঘুনাথ চৌধুৰীয়ে প্ৰুফ চোৱাবাবে কৃতজ্ঞতাৰে তেওঁৰ শলাগ ললো। ইতি

শ্ৰীকমলাকান্ত ভট্টাচাৰ্য্য।