পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


চিন্তা-তঙ্গ পাহৰিলে ভাৰতৰ ঋষিৰ ধৰম ভাৰত সন্তান সৱে বৰ্ত্তমান, শম, দম, তপ, শৌৰ্য আদি কৰি এনেগুণক হে দিয়া ব্রাহ্মণ আখ্যান। সি জাতিৰ ভিতৰ হয় বামুণ পতন যি জাতিৰ পৰাধীন হােৱা নাই ভুল দেখা কোনাে প্রাণীৰ মূৰতি নহলে কেনেকৈ থাকিব পাৰে কোৱা দেহ স্কুল।। কোনাে জাতিৰ ইদৰে বামুণ নহলে | স্বজাতি, স্বধৰ্ম্ম তাৰ নাথাকে কদা তেনে হীন জাতিয়েই পৰৰ অধীন আনৰ তলতী হৈ থাকিবলৈ সদা। ৰক্ষা কৰে ৰাজশক্তি স্বজাতি স্বধৰ্ম্ম, নাই ভুল জানা ইয়াত, স্বৰূপ কথা, বৌদ্ধধৰ্ম্ম হােৱা সদৌ পৃথিবী প্রচাব, | গুৰিয়াল অশােকৰ ৰাজশক্তি যথা। স্বজাতিৰ স্বৰাজ নহলে কেতিয়াও যি মাটিৰ যি গুণে সজা স্বধৰ্ম্ম নয় এনে ধৰ্ম্ম হেৰুৱাৰ দোষ নিজ গাত ধৰ্মৰ দোকানী যদি পুৰােহিত হয়।