পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


চিন্তা-তৰঙ্গ উত্ৰাৱল কৰি তােলা ইন্দ্রিয়বিলাক অসত্য সেৱক হােৱা পাপ কৰা বােলে আৰু সৰলতা এৰি কপটতা ধৰা আশ্রয় দিলে কুসংস্কাৰ ভীৰু হৈ কোলে। এনে স্বভাৱৰ যত ভাৰত-হিতৈষী দেখি আছে। যতমানে নেতা শুধাৰক মনৰ দৃঢ়তা নাই কুৰীতি বন্ধন কাটিবলৈ, বােলাই দেশহিত সাধক ! দেখিছোঁ বিলাত কি অনেক দেশ ফুৰা শিক্ষিত লােকক হিন্দুকুলৰ সন্তান, আহে ঘুৰি হয় শুধৰাক ব্ৰত লই দেশ পালে ভণ্ড হয় এৰে মন কাণ। সত্য সেৱা নকৰা হলেই কোনাে জাতি পতন হৈ কৰে নাশ স্বজাতি গৌৰৱ ই কথা প্রমাণ কৰে মানৱ বুৰঞ্জী সাক্ষী তাৰ ভাৰত মিছৰৰ প্ৰভাৱ । আহিছে নতুন যুগ আজি পৃথিবীলৈ ভাৰতবৰ্ষই তাক পলাৰ, কাৰণ হােৱা নাই সাজু তথাপিতো এই জাতি নানা ধৰ্ম্ম জাতিভেদ সমর্থন।