পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৬২ )

আতুৰ হৈ কালীয় হ্ৰদৰ পানী খাই বিষ লাগি মৰি পৰি থাকি। কৃষ্ণই গোপ-গৰুৰ অৱস্থা দেখি অমৃত-হাত বুলাই সকলোকে জীয়ালে; সকলোবোৰে আগৰ দৰে চলি ফুৰিব ধৰিলে।

ह्रदका जहरीला पानी पीकर मर गये । कृष्ण ग्वाल और गायोंकी हालत देखकर अमृत हाथसे मलकर सबको जीवित किया और सभी पहले जैसे चलने-फिरने लगे।

কৃষ্ণে কদম্বত চড়িছা।