পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৬৩ )

 কালীয় হ্ৰদৰ পাৰত এজোপা কদম গছ আছিল। কৃষ্ণই সেই কদমত উঠি দুটা ঠানিত ভৰি দুখন মেলি দি খুপনি পুতি দুই হাতেদি দুটা ঠানিত টানকৈ মুঠি ধৰি আছে।

 कालोय ह्रदके किनारे कदम्बका एक पेड़ था। कृष्ण उस कदम्बपर चढ़कर दो टहनियोंपर पैर लटकाकर जोरसे दोनों हाथोंसे दो टहनियोंको मुठ्ठी बाँधकर पकड़े हुये है।

কালি আসি কৃষ্ণৰূপে বৰ্ণাইছা। কৃষ্ণে কালিৰ হ্ৰদত পৰিছা।  

 শ্ৰীকৃষ্ণই কদম গছৰ ডালত ধুলনি দি হ্ৰদৰ মাজত জাপ দি পৰিলত হ্ৰদৰ পানী উথলি উঠিল। কালীয় নাগে তাকে দেখি খঙত খেদি আহিল; আৰু কৃষ্ণৰ মূৰৰ ওপৰত সহস্ৰ ফণা তুলি জিভা মেলি কোৱাৰি চেলেকিবলৈ ধৰিলে।

 

 কালীয় নাগে কৃষ্ণক মেৰাই ধৰিলে, আৰু ফণাবোৰ কৃষ্ণৰ মূৰৰ ওপৰত তুলি যেন কৃষ্ণক গ্ৰাসহে কৰিবলৈ উদ্যত হ’ল। কৃষ্ণে

 श्रीकृष्ण कदम्बकी डालों में झूलकर ह्रदके बीचमें जोब कुंद पड़ा तो ह्रदका पानी उछल पड़ा। उसे देखकर कालीय नाग क्रोधसे कृष्णके सिरपर सहस्र फणोंको उठाकर जीभ लपलपाने लगा।

 

 कालोय नाग कृष्ण के चारों ओर लिपट गया और फणाको कृष्णके सिरपर उठाकर मानो कृष्णकोही निगलनेके लिए उद्यत हुआ।