পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৬১ )
যশোদা। কৃষ্ণ। ৰাম। ৰোহিণী।  ৰাম-কৃষ্ণ গোপসমে গোকূলক আসিছা।  

বলভদ্ৰ, তাৰ পাছত বাঁহী বজাই কৃষ্ণ আৰু গোপবালকবিলাক আহি ব্ৰজত উপস্থিত হ’ল। কৃষ্ণ-বলৰাম অহা দেখি যশোদা আৰু ৰোহিণীয়ে এখন শৰাইত খোৱাবস্তু সজাই তেওঁলোকৰ আগত দিছে। দুয়ো ভাই-ককাই ৰং মনে সেই বস্তু খাবলৈ ধৰিছে।

कृष्ण बलरामको आते देखकर यशोदा ओर रोहिणी एक टगीमें[১] खानेकी चीजें सजाकर उनको देरही हैं। दोनों भाई मिलकर आनन्दसे वे चीजें खा रहे हैं।

  1. असमके काँसेका वरतन, जिसमें प्रसाद, पान वगैरह लिया जाता है।

কৃষ্ণে পৰশি গোপ-গৰু জীয়াইছা। হ্ৰদৰ জল পান কৰি গোপ-গৰু মৰিছা।  

 কালীয় দমনঃ তাৰ পাছত আন এদিনাখন কৃষ্ণই গোপবালকবিলাকৰ সৈতে যমুনাৰ পাৰত গৰু চৰাইবলৈ গল। কৃষ্ণ আন ফালে থকা সময়ত গৰু আৰু গোপবালকবিলাকে পিয়াহত

 कालीय-दमन : एकदिन कृष्ण गोंपबालकोंके साथ यमुनाके किनारे गायें चराने गये। कृष्ण दुसरी ओर रहनेके समय गायें और गोपशिशुगण प्याससे विह्वल होकर कालीय-