সমললৈ যাওক

পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৫৪ )
গোপসবে কৃষ্ণক বাট চাই আছা। কৃষ্ণে ধেনুগণ আনিছা।  

 গোপশিশুবিলাকৰ কৃষ্ণলৈ অপেক্ষাঃ ইফালে গোপশিশুবোৰে কৃঞ্চক বহু পৰ নেদেখি খোৱা বস্তুবোৰ হাতত লৈ বাটচাই ৰৈ আছে। হেন সময়তে কৃষ্ণই হাতত লৰু আৰু কান্ধত বাঁহী লৈ ধেনুবোৰ খেদি লৈ আহিব ধৰিলে। গাইবোৰ কুষ্ণৰ আগে আগে শাৰীপাতি আহিবি ধৰিলে।

 गोपशिशुओं को कृष्णाकी अपेक्षा : इधर गोपशिशगण कृष्णको बहुत देरतक न टेखकर चीजों को हाथमें लिये इन्तजार कर रहे हैं। इसी समय कृष्ण हाथमें डंडा और कंधेपर बाँसुरी लेकर गायोंको हाँकते हाँकते आ रहा हैं। गायें कृष्णके आगे आगे पंक्तिसे आ रहो हैं।

 গোপশিশুসবৰ ঘৰলৈ প্ৰত্যাবৰ্ত্তন আৰু অঘাসুৰ বধ বৰ্ণনাঃ সাঁজবেলিকা গোপবালকবিলাকে আগত দামুৰিবোৰ লৈ বাথানত উপস্থিত হল। সম আগত কৃষ্ণই শিঙা বজাই আহিছে; তাৰ পিছত বলৰাম, তাৰ পিছত অন্যান্য শিশুবিলাকেও বাঁহী বজাই বজাই আহিব ধৰিছে। শিশুবিলাক ঘৰলৈ আহি গাই

 गोपशिशुओंका गृह प्रत्यावर्तन ओर अघासुर वधका वर्णन : साँमके समय मोपबालकगण बछड़ों को लेकर गोपुरीमें आये। सबसे आगे कृष्ण सींगा बजाता आ रहा हैं; उसके पीछे बलराम, उसके पीछे दुसरे गोपबालक भी बाँसुरी बजाते बजाते आ रहे हैं। शिशुगण घर आकर गाय बछड़ों को