পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৫৫ )
 শিশুসবে ব্ৰজত অঘ-বধ কহিছা।  কৃষ্ণ।  ৰাম। সুদাম। শ্ৰীৰাম।  

দামুৰিবোৰ গোহালিত সুমাই থৈ নিজ নিজ মাকৰ ওচৰত থিয় হৈ আচৰিত ভাৱে হাতৰ মুদ্ৰা দি অঘাসুৰ বধৰ কথা কব ধৰিছে। মাকসকলেও লৰাৰ কাষতে বহি সেই কথা বিস্ময়াম্বিত হৈ শুনি আছে।

गोशालामें छोड़कर अपनी अपनी माँके पास खड़े होकर अजीब प्रकारके हाथकी मुद्रा देकर अघासुरके वधकों कहानी कह रहे हैं। मातायेंभी लड़कोंके पासही बैठकर विस्मित होकर उस बातको सुन रही हैं।

 মৃগ।  গাভী।  কৃষ্ণ। ৰাম। বসুদাম।  

 কৃষ্ণ-বলৰাম আদিৰ ধেলু চৰোৱাঃ কৃষ্ণ আৰু বলৰামে এইদৰে দামুৰি চাৰি লাহে লাহে ডাঙৰ হৈ গাই চাৰিব পৰা

 कृष्ण-बलराम आदिका धेनुचराना : कृष्ण और बलराम इसी तरह बछड़ा चराकर धोरे धीरे बड़े होकर गायें