পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৫৩ )
 ব্ৰহ্মা।  কৃষ্ণা।  

 ব্ৰহ্মাৰ সান্ত্বনা লাভঃ ভগবান কৃষ্ণ ব্ৰহ্মাৰ স্তুতিত সন্তুষ্ট হৈ ব্ৰহ্মাক আশ্বাস দিয়াত তেওঁ আস্বস্ত হৈ নিজ আসনত সুস্থ মনে বহি থাকিল।

 ब्रह्माका आश्वासन लाभ: भगवान कृष्णा ब्रह्माकी स्तुतिसे प्रसन्न होकर ब्रह्माको आश्वासन देनेपर ब्रह्मा आश्वस्त होकर शांत मनसे बैठे हैं।