পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৪৭ )
 গুৱালে পুত্ৰসকলক ধৰিছা। শ্ৰীদাম। কৃষ্ণ। ৰাম।  

 কৃষ্ণ-বলৰাম আদিৰ ক্ৰীড়াঃ খাই বৈ উঠি কৃষ্ণ-বলৰাম গোপশিশুবিলাকে খেলা কৰিবলৈ আৰম্ভ কৰিছে। শ্ৰীদাম, কৃষ্ণ আৰু বলৰামে নানা ভঙ্গি কৰি নাচিবলৈ আবম্ভ কৰিছে। কোনোবা গোপে মৰম কৰি নিজ পুত্ৰক পিছ ফালৰপৰা ধৰি ৰং কৰিছে। আন ফালে গোহালি-ঘৰত সোমাই থোৱা গাইবিলাকক দামুৰিবোৰে পিবলৈ আৰম্ভ কৰিছে।

 

 বলভদ্ৰৰ মোহঃ ইয়াৰ পিছত এদিনাখন গোৱালবিলাকে গোবৰ্দ্ধন পহাৰৰ ওপৰত গাই চৰাই আছিল, পাছত হঠাৎ দেখিলে যে গাইবিলাক অতি বেগাই হৰ হৰ কৰি নামি যাব ধৰিছে। গুৱালবিলাকে আঙগুৰিবলৈ বহু যত্ন কৰিও নোৱাৰি লাজ পাই পাছে পাছে খেদি গৈ কিছুমানে আগত ডাং লৈ থিয় দিলে, কোনো কোনো আকৌ পাছে পাছে গল; পাছত দেখে যে নিজৰ

 कृष्ण-बलराम आदिकी क्रीड़ा : खाने पीनेके बाद उठकर कृष्ण बलराम और गोपबालकगण खेलना शुरू करते हैं। श्रीदास, कृष्ण और बलराम अनेक संगियोंसे नाचना शुरू कर रहे हैं। कोई ग्वाल प्यारसे अपने पुत्रको पीछेकी ओरसे पकड़कर आनन्द कर रहा है। इधर गोशालाओंमें घुसती हुई गायोंको बछड़ोंने पीना शुरू कर दिया हैं।

 
 बलभद्रका मोह: एकदिन ग्वालगण गोवर्डन पहाड़पर गायोंकी चरा रहे थे। बादमें हठात्‌ देखा कि सभी गायें खुब तेजीसे पहाड़से उतर रहो हैं। ग्वालोंने रोकनेके लिए बहुत कोशिश की। पर रोक न सकनेपर लजाते हुए पीछे पीछे खर्दड़ते हुए आकर कई सासने डंडा लेकर खड़े हुए। कई पीछे पीछे ही गये; बादमें देखा कि अपने