পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৪৮ )
গোবৰ্দ্ধন পৰ্ব্বতৰপৰা ধেনুসব ডেৱ কৰিছা। গুৱালে আগ ভেণ্টিছা। গুৱালে স্নেহত পুত্ৰক ধৰিছা  

শিশুসন্তানবিলাকে ওচৰতে দামুৰি চৰাই আছে। তেতিয়া তওঁলোকে হাতৰ ডাং দলিয়াই পেলাই নিজৰ সন্তানবিলাকক পিছৰ ফালৰপৰা সাৱোট মাৰি ধৰিলে। ইতিমধ্যে গাইবিলাকে গৈ নিজৰ দামুৰিক মৰমেৰে পিয়াবলৈ ধৰিলে।

अपने शिशुगण पासही बछड़े चरा रहे हैं। तब वे हाथका डंडा फेंककर अपने अपने पुत्रोंको पीछेसे जकड़कर पकड़ रहे हैं। इसी बीच गायें आकर अपने अपने बछड़ोंको दूध पीलाने लगीं।

ধেনুসবে নৱ বৎস এৰি বোকাণ্ডাক তন দিছা। কৃষ্ণত ৰামে অদভূত দেখি সুধিছা। গোপগণে পুত্ৰক ধৰিছা।  

 বলৰামে গাইবোৰক নতুন সৰু সৰু দামুৰি এৰি বখনীয়া দামুৰিক পিয়োৱা আৰু বুঢ়া গুৱালবিলাকে মৰমেৰে গোপশিশু-

 गायें नये नन्हे नन्हे बछड़ों को छोड़कर बड़े बड़े बछड़ोंकों पिलाती और बूढ़े ग्वालोंको गोपशिशुओंको जकड़कर पकड़ते