পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
৪৬
 গোপীসবে পুত্ৰক
 কোলে লৈছা।
 গোপী পুত্ৰক
 ধুৱাইছা।
 ৰামক ৰোহিনী
 ভোজন কৰাইছা।
 কৃষ্ণক যশোদা
 ভোজন কৰাইছা।
 

 গোপীসকলৰ নিজ নিজ পুত্ৰক আদৰ-সাদৰঃ—কৃষ্ণ-বলৰাম আৰু গোপশিশ্তসব আহি ঘৰত উপস্থিত হলত গোপী-বিলাকে নিজ নিজ পুত্ৰক কোলাত লৈ আদৰ কৰিছে; কোনো গোপীয়ে বা তেল-কুৰ ঘঁহি নিজ পুত্ৰক গ| ধুৱাইছে। ৰোহিণীয়ে বলৰামৰ আগত খোৱা বস্তু দি আগ হাত দাঙি খাবলৈ মাতিছে। যশোদাই কৃষ্ণক খাবলৈ দিছে। কৃষ্ণ-বলৰাম দুয়ো দুখন পিৰাত বহি খাবলৈ ধৰিছে। বলৰামৰ ওচৰত ৰোহিণী আৰু কৃষ্ণৰ ওচৰত যশোদা বহি কিবা দিব নে বুলি সুধি আছে।

 गोपियों का अपने अपने पुत्रों के प्रति आदर : कृष्ण, बलराम ओर गोपशिशुगण जब घर आये तो गोपिनीगण अपने अपने पुत्रोंको गोदमें लेकर प्यार करने लगीं; कोई कोई गोपी तो तेल उच्चटन मलकर अपने पुत्रको नहलाने लगी। रोहिनी बलरामके सामने खानेकी चोजें देकर दाहिने हाथ उठाकर खानेके लिए बुलाती है। यशोदा कृष्णको खाने देती है। कृष्ण बलराम दोनों दो चौंकियोंपर बेठकर खाने लगे। बलरामके पास रोहिणो और कृष्णके पास यशोदा बैठकर और कुछ दें क्या पुछ रही हैं।