এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৪২ )
|
কেইটামান দামুৰি গৈ তৰ্কিব নোৱাৰি অঘৰ গৰ্ভত সোমাই গল। কেইটামান দামুৰি বাজতে থাকিল। ইয়াকে দেখি গোপ-শিশুসবে থমকি কৃষ্ণৰ ফালে চালে। গোপশিশুবিলাকৰ পিছৰ ফালে কৃষ্ণ বলৰামে হাতত মুদ্ৰা দি কিবা বনগীত গাই আছিল। |
अनजाते जाकर अघकी पेटमें समा गये। कइ बाहरहो रहे। इसे देखकर गोपशिशुगण भयसे कृष्णकी ओर देखा। गोप- शिशुओंके पीछेकी ओर कृष्ण बलराम हाथोंसे मुद्रा देकर कोई बनगीत गा रहे थे। |
| কৃষ্ণে অঘৰ গৰ্ভৰপৰা গোপ গৰুসমে বাজ ভৈলা। | অঘৰ বান্ধৱ অসুৰ। |
|
সৰ্পাকৃতি অসুৰক মাৰিবলৈ গোপশিশুবিলাক আগবাঢ়ি গৈ সাপৰ পেটত সুমাই গল। তাকে দেখি ভকত-বৎসল কৃষ্ণয়ো |
सर्पाकृति असुरको मारनेके लिए गोपशिशुगण आगे बढ़कर साँपके पेटमें समा गये। ऐसा देख कर भक्तवत्सल (भक्तके प्रति |
| গন্ধৰ্ব্ব। | অপেস্বৰা। | দেৱতা। | ব্ৰহ্মা। |