পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৪৩ )

বলভদ্ৰদ্ৰৰ সৈতে সাপৰ পেটত সোমাল। তেতিয়া অসুৰৰ জ্ঞাতি-বিলাকে কৃষ্ণ আদিৰ বিনাশ হল ভাবি আনন্দ কবি হাঁহিবলৈ ধৰিলে। আনফালে কৃষ্ণৰ মহিমাগুণে অঘ অসুৰ পেট ফিকি উশাহ নাপাই মৰি গল। সাপৰ বিষত মৃতপ্ৰায় গৰু আৰু গোপ-শিশুসবক কৃষ্ণই অমৃত হাত বুলই জীৱিত কৰিলে আৰু অঘব

अत्यंत दयावान्‌ ) कृष्णभी बलभद्रके साथ साँपके पेटमें घुस गये। तब असुरके कुटुंबियोंने कृष आदिका विनाश हुआ यह सोचकर आनन्द मनसे हँसने लगे। इधर कृष्ण की महिमाके प्रभावसे अघ असुरका पेट फूलकर स्वास-प्रस्वास बंद होकर मर गया। साँपके विषसे मुर्दा जेंसे गायें और गोपशिशुओंको कष्णने हाथ फेरकर

 দেৱতা।  

পেটৰপৰা তেওঁলোকক উলিয়াই দি নিজেও ওলাই আহিল। গোপশিশুবোৰে আগব দৰে কাষত শিঙা, কান্ধত লৰু আৰু মুখত বাঁহী লৈ অঘৰ পেটৰপৰা ওলাইছে। কৃষ্ণ আগত, তেওঁৰ পাছতে বলদেৱ আৰু তাৰ পাছত অন্যান্য গোপবালকসকল। ইয়াকে দেখি গন্ধৰ্ববিলাকে খোল-তাল লৈ গীত গাইছে আৰু বিষ্যাধৰীয়ে

जीवित किया और अघके पेटसे उनको निकालकर आपभी निकल आया। गोपशिशगण पहले जैसे पासमें सींगा कन्धेपर डंडा और मुँहमें बाँसुरी लेकर अघके पेटसे निकल रहे हैं। कृष्ण आगे आगे उसके पौछे बलदेव ओर उसके पौछे दूसरे गोपबालकगण। यह देखकर गंधर्वगण खोल ताल लेकर गीत गा रहे हैं और