পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৪১ )
 
কৃষ্ণে মৈৰাক শিহাৰিছা।  কৃষ্ণ। বলভদ্ৰ। গুৱাল।  

চৰাইচিৰিকতিৰ মাত মাতি আনন্দ কৰে। এইদৰে নানাপ্ৰকাৰ কৈশোৰ কালৰ ধেমালি কৰি আছে।

कोइ नाचता है। इसी तरह नाना प्रकारके बालपनके खेल खेलते हैं।

 
অঘৰ গৰ্ভত গোপ গৰু পশিছা।  

 অঘাসুৰ বধঃ এদিন কৃষ্ণই গোপবালকসকলৰ সৈতে গৰু চৰাই থাকোঁতে পূতনাৰ ভায়েক অঘ নামে অসুৰ এটাই প্ৰকাণ্ড সাপৰ আকৃতি ধৰি তেওঁলোকৰ বাটত পৰি থাকিল। এই বাটেদি

 अघासुर बध : एकदिन कृष्ण जब गोपबालकों के साथ गाये चरारहे थे, पूतनाका भाई अघ नामका एक असुर प्रकांड सापके आकार में उनकी राह में पड़ा रहा। इसी राहसे कई बकड़े