পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৪০ )
 
দেৱগণৰ আনন্দ; পুষ্পবৃষ্টি।  

ঠোঁটত ধৰি মুখ ফালি মাৰি পেলালে। তাকে দেখি দেৱগণে পুষ্পবৃষ্টি কৰিছে।

चोंच पकड़कर मुँह फाड़ डाला, बकासुर मर गया। यह देखकर देबतालोगोंने पुष्पवृष्टि करने लगे।

 

 বৃন্দাবনত বনভোজন আৰু ক্ৰীড়াঃ কৃষ্ণ-বলৰামে বাঁহী বজাই নিতৌ গৰু চৰাবলৈ বৃন্দাবনলৈ যায়। লগতে সমবয়সীয়া গোপবালকসকলে দধি-ভাত শিকিয়াত আৰি লৈ পাছে পাছে যায়। বৃন্দাবনত কিছুমানে গছত উঠি বান্দৰৰ লেজত ধৰি টানাটানি কৰি ধেমালি কৰে, কোনোৱে বা নাচে। কোনোৱে বা

 वृन्दावन में बनभोजन और क्रौड़ा : कृष्ण बलराम रोज बाँसुरी बजाकर गायें चरानेकेलिए बृन्दावन जाते हैं। साथमें साथी गोपवालकगण दही-भात लटकाये पीच्छे पीच्छे जाते हैं। बृन्दावन में कई पेड़ोंपर चढ़कर बन्दरोंको पकड़कर खींचातानी करके आनन्द करते हैं तो